সন্ধি ভাঙা :
১। হিতাহিত ; অতীন্দ্ৰিয় [HSLC'08]
হিতাহিত : হিত + অহিত।
অতীন্দ্ৰিয় : অতি + ইন্দ্ৰিয়।
সংস্কৃত : সম্ + কৃত।
অতীন্দ্ৰিয় : অতি + ইন্দ্ৰিয়।
যথাৰ্থ : যথা + অৰ্থ।
ইত্যাদি : ইতি + আদি।
নীৰৱ : নিঃ+ ৰৱ।
দেৱৰ্ষি : দেৱ + ঋষি।
৫। পৰীক্ষা, হিতাহিত, নাৱিক, হিমালয়।[HSLC'12]
পৰীক্ষা : পৰি + ঈক্ষা।
হিতাহিত : হিত + অহিত।
নাৱিক: নৌ + ইক।
হিমালয় : হিম + আলয়।
৬। হিমাচল, গিৰীন্দ্ৰ, যথেষ্ট, উচ্ছেদ [HSLC'13]
হিমাচল : হিম + আচল।
গিৰীন্দ্ৰ : গিৰ + ইন্দ্ৰ।
যথেষ্ট : যথা + ইষ্ট।
উচ্ছেদ : উৎ + ছেদ।
যথাৰ্থ : যথা + অৰ্থ।
নমস্কাৰ : নমঃ + কাৰ।
ৰাজৰ্ষি : ৰাজ + ঋষি।
বিদ্যালয় : বিদ্যা + আলয়।
উচ্ছল : উৎ + ছল।
কটুক্তি : কটু + উক্তি।
ইত্যাদি : ইতি + আদি।
নিশ্চয় : নিঃ+চয়।
বিদ্যালয় : বিদ্যা + আলয়।
চন্দ্ৰোদয় : চন্দ্ৰ + উদয়।
যদ্যাপি : যদি + অপি।
নমস্কাৰ : নমঃ + কাৰ।
ইত্যাদি : ইতি + আদি।
হোমাগ্নি : হোম + অগ্নি।
সংস্কৃত : সম্ + কৃত।
যদ্যপি : যদি + অপি।
সূৰ্যোদয় : সূৰ্য + উদয়।
যথেষ্ট : যথা + ইষ্ট।
অন্বেষণ : অনু + এষণ।
ভাবুক : ভৌ + উক।

2 Comments
ছাৰ, মই মোখলেছুৰ ৰহমান (বাবু)
ReplyDeleteপ্ৰৱক্তা, অসমীয়া বিভাগ,
ধুবুৰী কলেজ, ধুবুৰী
ভ্ৰাম্যভাষ ☞ ৯৭০৭৫২১৩৫১
অনুগ্ৰহ কৰি আপোনাৰ মোবাইল নম্বৰটো দিব। আপোনাৰ লগত এই বিষয়ে অলপ আলোচনা কৰিম।
Wery good questions is there it helps us very much tq all the tichers for being there with us 😘😘😘😘😊😊😊
ReplyDeleteSend Your Questions And Queries Here