Last Updated in 29/11/2019
___________________ অ ___________________
অতি : অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।
অগ্নি : জুই, অনল, বহ্নি, হুতাশন, পাৱক।
[HSLC '14]
অনুৰাগ : আসক্তি, প্ৰেম।
অন্ধকাৰ : তমঃ, তিমিৰ, আন্ধাৰ, নিশি।
অমৰাপুৰী : স্বৰ্গ, দেৱলোক।
অমৃত : সুধা, অমিয়, পীযুষ।
অৰ্থ : ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,
সম্পদ, বিত্ত, ঐশ্বৰ্য।
অলংকাৰ : আভৰণ, কানি-কাপোৰ।
অসুৰ : দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত,
দেৱৰিপু।
অসুখ: অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।
___________________ আ ___________________
আকাশ : অম্বৰ, গগণ, ব্যোম, শূণ্য।
[HSLC' 05, '07, '10, '14, '15, '17]
আচমান : আকাশ।[HSLC '16]
আত্মীয় : কুটুম, আপোন, মানুহ, সম্বন্ধীয়
মানুহ।
আনন্দ : ৰং, আমোদ, ধেমালি।
আভৰণ : অলংকাৰ, কানি-কাপোৰ।
আহত : আঘাত, কোব, মাৰ, প্ৰহাৰ।
আবেদন : দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
আৰাও : মাত, চিঞৰ, শব্দ।
___________________ ই ____________________
ইচ্ছা : আকাংক্ষা, অভিলাষ, অভিপ্ৰায়,
কামনা,বাঞ্ছা, স্পৃহা, অনুৰোধ, কামনা,
হেঁপাহ, হাবিয়াহ, হাবিলাষ।
___________________ ঈ ____________________
ঈশ্বৰ : নাৰায়ণ, ভগৱান, দীননাথ, দীনদয়াল,
দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, ঈশ,
জগদীশ, বিধাতা, আল্লা, খোদা,
পৰমেশ, প্ৰভু, কৃষ্ণ, জগৎ পিতা, ধাতা,
দয়াময়, জগতস্ৰষ্টা, কৰুণাময়।
___________________ উ ____________________
উজু : সৰল, সহজ, ঢিলা।
উত্তম : উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
উভতি : উলটি।
___________________ ঋ ___________________
ঋণ : কৰ্জ, দেনা, ধাৰ।
___________________ ক ___________________
কথা : উক্তি, বচন, বাক্য, ভাষণ, শব্দ।
কন্যা : দুহিতা, তনয়া, জীয়াৰী।
কপাল : কপোল, ললাট।(HSLC, '05)
কম : তাকৰ, নগণ্য।
কৰুণ : কাতৰ, ব্যাকুল। [HSLC, '13]
কলংক : দাগ,
কাপোৰ : বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন।
কাৰেং : ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা।
কিতাপ : পুস্তক, গ্ৰন্থ, পুথি।
কিৰণ : জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ।
কুশল : কল্যান, মঙ্গল, শুভ, সুখ, সমৃদ্ধি।
কুসুম : পুষ্প, ফুল, কুঞ্জ।
কেৰাহি : বেকাঁ দৃষ্টি,
কেৰাহী : লোহৰা,
কেৰু : কেয়ুৰ, থুৰীয়া।
___________________ গ ___________________
গছ : বৃক্ষ, মহীৰুহ, বিটপী, শাখী, পাদপ, ডৰু,
দ্ৰুম, অগম, নগ, বিটপ, ক্ষিতিজ
[HSLC'14]
গধূলি : গধূলা, সন্ধিয়া, সন্ধ্যা, দিন-ৰাতিৰ
সন্ধি।
গাখীৰ : ক্ষীৰ, দধী।
গীত : গান, স্বৰ।
গৃহস্থ : সংসাৰী, বিবাহিত, বিষয়ী, পৰিণীত।
___________________ ঘ ___________________
ঘৰ : আবাস, আলয়, গৃহ, ভৱন, নিলয়।
[HSLC '15]
ঘাট : নৈ, উপকূল।
ঘাঁহ : তৃণ, বন, হাবি।
ঘিউ : ঘৃত, হবিস, সৰ্পি, অমৃত, আয়ু, হোম।
ঘোঁৰা : অশ্ব, হয়, তুৰঙ্গ, ঘোটক।
___________________ চ ____________________
চকু : লোচন, নয়ন, অক্ষি, নেত্ৰ।
[HSLC'05,'09,'15]
চন্দ্ৰ : ইন্দু, জোন, জোনবাই, শশী, শশধৰ,
শশাংক, নিশাপতি, নিশাকৰ, সুধাকৰ,
সুধাংশু, চন্দ্ৰমা, সোম, শশধৰ, সুধাকৰ,
শশাণ্ঙ্ক।
চৰা : উচ্চ, বৰ্ধিত।
চৰাই : পক্ষী, বিহগ, বিহংগ, চিৰিকতি,
বিহংগম, খেচৰ, খগ, দ্বিজ।
চাকৰ : দাস, ভৃত্য, বন্দী।
চাৰু : উত্তম, সুন্দৰ, মিহি, নিমজ, ধুনীয়া,
শুৱনি।
চিকুণ : মিহি, সুন্দৰ, উত্তম, পুষ্ট।
চিনেমা : চলচিত্ৰ, বোলছবি, কথা।
চিন্তো : ভাবোঁ।
___________________ ছ ____________________
ছাল : চৰ্ম, চামৰা, ত্বক, বাকলি।
ছিদ্ৰ: বিন্ধা, ফুটা, জলঙা।
___________________ জ ___________________
জন্ম : উৎপত্তি, জনন, জনম, উদ্ভৱ, অৱিৰ্ভাৱ।
জলক : দীপ্তি, চকমকীয়া পোহৰ।
জড় : অচেতন, জীৱনহীন।
জিভা : জিহ্বা, ৰসনা।
জীৱিত : জীয়া, প্ৰাণযুক্ত, প্ৰাণৱন্ত, জীৱন্ত।
জুই : অগ্নি, বহ্নি, অনল, হুতাহন, পাৱক।
জোন : জোনবাই, চন্দ্ৰ।
___________________ ড ____________________
ডাঙৰ : বৃহৎ, বৰ, শ্ৰেষ্ঠ, প্ৰবল, বয়সীয়া,
দায়িত্বপূৰ্ণ, গধুৰ, গুৰু।
___________________ ত ___________________
তপ্ত : গৰম, উত্তাপ ।
তৰংগ : উৰ্মি, ঢৌ, লহৰ, হিল্লোল।
তেজ: ৰক্ত, শোণিত, ৰুধিৰ।
ত্যাগ : পৰিহাৰ, বৰ্জন, বিসৰ্জন, পৰিত্যাগ।
___________________ দ ___________________
দক্ষিণা : বৰঙণি, দান, অৰিহণা।
দৰিয়া : সাগৰ, নদী।
দাহ : পোৰণি, দহন, শোক, সন্তাপ।থ
দিন : অহঃ, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ।
দুখ : বেদনা, বেজাৰ, মনৰ কষ্ট।
দেৱতা : সুৰ, অমৰ, দেৱ, ত্ৰিদশ, দানবাৰি,
অদিতিনন্দন।
__________________ ধ ___________________
ধন: অৰ্থ, ঐশ্বৰ্য, টকা, পইচা, বিত, বিত্ত,
বিভৱ,সম্পদ, লক্ষ্মী, সম্পত্তি।
ধনী : চহকী, আঢ্যৱন্ত।
ধৰা : পৃথিৱী। [HSLC '14]
ধৱল : বগা, শুক্ল, শ্বেত, ধৱল। [HSLC '17]
ধুনীয়া : সুন্দৰ, শুৱনী, সুশ্ৰী, ধুন-মৰা।
ধাম : পবিত্ৰ ঠাই, দেৱতা আৱাস।
___________________ ন ___________________
নাবালক : কম বয়সৰ ল'ৰা, কিশোৰ।
নাৰী : অংগনা, অবলা, বনিতা, কামিনী,
মহিলা, স্ত্ৰী, ৰমনী, অৱলা, তিৰোতা।
নিগাজী : স্থায়ী, বহুদিন ধৰি, চিৰকলীয়া,
যুগমীয়া।
নিশা : ৰজনী, ৰাতি, নিশি।[HSLC '09]
নিঃশব্দ: নিৰ, নীৰৱ, নিস্তব্ধ, নিমাওমাও।
নৈ/নদী : তটিনী, সৰিৎ, স্ৰোতৱতী, তৰঙ্গিনী,
তৰংগিনী, স্ৰোতস্বিনী,
প্ৰবাহিনী,নিম্নগা,নি্ৰ্ঝৰিণী, সমুদ্ৰগা,
শৈবালিনী, সমুদ্ৰকান্তা, সাগৰগা।
(HSLC,04,'09,'15)
___________________ প ___________________
পতি : অধীশ্বৰ, কৰ্তা, কান্ত, নাথ, প্ৰভু, দৰা,
তৰ্তা, স্বামী, গৰাকী, মৰদ, গিৰিহঁত।
পত্নী : ঘৈণী, তিৰোতা, জয়া, সহধৰ্মিণী,
স্ত্ৰী,গৃহিনী, তিৰী।
পদ : ভৰি, চৰণ, পাৱ, ঠেং, পাদ।
পদূলি : চোতাল,
পদুম ফুল : অৰবিন্দ, উৎপল, কমল,
কোকনদ,তামৰস, নলিন, নলিনী,
পদ্ম, পুণ্ডৰীক, পংকজ, শতদল,
সৰোজ।
পণ্ডিত : জ্ঞানী, বিদ্বান, প্ৰাজ্ঞ, মনীষী, বিজ্ঞ, সুধী।
পৰ্বত : অগ, অচল, অৱনীধৰ, আদ্ৰ, গিৰি,
ভূধৰ,মহীধৰ, ধৰণীধৰ, অদ্ৰি, শিখৰী, নাগ, শৃংগী, শৈল, অদ্ৰি।
পহু : মৃগ, কুৰঙ্গ, হৰিণ, শাৰংগ, কুৰংগম।
পানী : জল, অপ, বাৰি, প্ৰাণ।
পিৰীতি : প্ৰেম, মৰম।
পিয়াহ : পিপাসা, পিয়াস, স্তন।
পীড়া : ব্যাধি, ৰোগ, কষ্ট, বেদনা, যন্ত্ৰণা।
পুথি : পুস্তক, গ্ৰন্থ, কিতাপ।
পূৰ্বতে : আদিতে, আগতে।
পৃথিৱী : বসুন্ধৰা, বসুধা, ধৰিত্ৰী, অৱনী, মহী,
ভূ, মেদিনী, ধৰণী, ভূমী, ক্ষিতি,
বসুমতী, ৰত্নগৰ্ভা। (HSLC'04,' 07, '09)
প্ৰয়াস : পুৰুষাৰ্থ, চেষ্টা, যন্ত।
প্ৰাচীন : পুৰণি, পুৰাতন, বহুদিনীয়া।
প্ৰাপ্তবয়স্ক : পূৰ্ণবয়স্ক, সাবালক, প্ৰৌঢ়,মুৰ্তকীয়া, বয়স্ক।
প্ৰিয় : মৰমৰ, চেনেহৰ, সাদৰৰ।
___________________ ব ____________________
বন : জংগল, হাবি, অৰণ্য।
বতাহ : বায়ু, পৱন, অনিল, সমিৰ, মৰুৎ, বাত।
[HSLC '16]
বন্ধু : বান্ধৱ, মিত্ৰ, মিতা, সুহৃদ, প্ৰিয়, মিতিৰ,
ইষ্ট, সখি, সখা।
বধ : হত্যা, হনন, মাৰণ, নাশ।
বাট : পথ, ৰাস্তা, মাৰ্গ, আলিবাট।
বাৰি : পানী, জল।
বাৰিধি : সাগৰ, [HSLC '17]
বিখ্যাত : প্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত।
বিটপী : বিৰিখ, গছ।[HSLC '16]
বৃত্তি : জীৱিকা, ব্যৱসায়।
বেছি : সৰহ, অধিক।
ব্যথা : দুখ, বেদনা।[HSLC '13]
___________________ ভ ___________________
ভৰি : পদ, চৰণ, ঠেং।
ভাত : সিজোৱা চাউল, অন্ন, আহাৰ।
ভৃত : চাকৰ, দাস, লগুৱা, বনকৰা মানুহ।
___________________ ম ___________________
মন্দিৰ : দেৱালয়, দ'ল, মঠ, দেৱাল।
মহিমা : মাহাত্ম্য, প্ৰতাপ, গৌৰৱ।
মণ্ডিত : অলংকৃত, বিভূষিত।
মাছ : মৎস্য, মীন, অণ্ডজ, মূক, কণ্টকী, মচ্ছ।
মাটি : মৃত্তিকা, মৃৎ, ক্ষিতি, মৃত্তি
মিত্ৰ : বন্ধু, বান্ধৱ, সখি, সুহৃদ, সহচৰ,
লগৰীয়া।
মুখ : বদন, আনন, আস্য।
মৃত্যু : মৰণ, প্ৰলয়, অন্ত, নাশ, নিধন, পঞ্চত্ব,
পৰলোক গমন, দীৰ্ঘনিদ্ৰা, অবসান,অস্ত,
নিপাত, বিলয়, বিনাশ, লয়, তিৰোভাব,
পৰলোক গমন, দেহত্যাগ, স্বৰ্গ গমন।
মেঘ : ডাৱৰ, বাদল, জলধৰ ঘন, জলধ,
নীৰদ, বাৰীদ, অমুদ, জীমুত।
(HSLC, '04)
___________________ য ____________________
যম : যমৰাজ, কৃত্যন্ত, অন্তক, শমন, কাল,
দণ্ডধৰ, দণ্ডপাণি, ধৰ্ম, ধৰ্মৰাজ,
বৈবস্বত,মহিষধ্বজ, হৰি, কংক,
জমহিষবাহন।
যত্ন : চেষ্টা, উদ্যোগ, পৰিশ্ৰম, শুশ্ৰুষা।
___________________ ৰ ____________________
ৰজা : নৰপতি, সম্ৰাট, নৰেশ্বৰ, নৃপতি, ভূপ
[HSLC '08, '10]
ৰ'দ : আতাপ, ৰ'দালি, কিৰণ।
ৰহম : দয়া।
ৰবি : সূৰ্য্য।
ৰাগি: খং, ক্ৰোধ, কোপ।
ৰাতি : নিশা, ৰজনী, তমসা, নিশি-নিশীথ,
বিভাৱৰী,যামিনী, শৰ্বৰী।
(HSLC,'04', 08)
ৰোগ : ব্যাধি, বেমাৰ, নৰীয়া, অসুখ।
___________________ ল ___________________
লাঠী : লাখুটি, টোকোন, টাঙোন।
লেখীয়া : নিচিনা, দৰে।
____________________ শ ___________________
শত্ৰু : অৰি, বৈৰী, বৈৰ, অৰাতি, শতৰু।
শেষ : অন্ত, অৱসান, ওৰ, সমাপ্তি, বাকী, বিনাশ, মৃত্যু, অৱশিষ্ট, সমাপ্ত, অন্তিম।
____________________ স ___________________
সমীৰ : অনিল, বতাহ, বায়ু, পৱন, সমীৰণ,
প্ৰভঞ্জন, বাত, মৰুৎ, মাৰুৎ, গন্ধবহ।
সঞ্চাৰ : তলা; সঁচাৰ।
সাউদ : মুদৈ, বেপাৰী, সদাগৰ।
সাগৰ : জলধি, জলধৰ, ৰত্নাকৰ, সমুদ্ৰ,
পাৰাবাৰ, পৰিধি, অম্বুধি, পয়োধি,
অৰ্ণৱ, জলনিধি।
সামৰণি : সমাপণ, অন্ত।
সুঘ্ৰাণ : ভাল গোন্ধ, মলমলনি।
সুচল : সুবিধা, ভাল উপায়, সহায়, উজু, সহজ।
সূৰ্য : ৰবি, বেলি, ভাস্কৰ, তপন, দিবাকৰ, ভানু,
অৰুণ।
সোণ : হেম, কনক, হিৰণ্য, কাঞ্জণ, স্বৰ্গ।
স্থান : ঠাই, বাস, বাসস্থান, ঘৰ।
স্নিগ্ধ : কোমল, মসৃণ, শীতল, চেঁচা।
স্বৰ্গ : স্ব, নাক, ত্ৰিদিব, ত্ৰিদশালয়, দেৱলোক,
দেৱলোক, সুৰলোক, দ্যো, দিব।
স্বৰ্ণ : সোণ, কাঞ্চন, হেম, সুৱৰ্ণ।
____________________ হ ___________________
হৰিষ : হৰ্ষ, হৰষ, আনন্দ।
হাট : বজাৰ।
হাত : হস্ত, কৰ, ভূজ, পাণি। [HSLC '16]
হাতী : হস্তী, দ্বিপ, গজ, কুঞ্জৰ।[HSLC'05]
হিয়া : হৃদয়, বুকু, অন্তৰ।
হৃদয়: বুকু, অন্তৰ, মন। [HSLC '13]
হোজা : সৰল,
হ্ৰদ : সৰোবৰ, সৰসী, পুষ্কৰ্ণী।
[ বি. দ্ৰ. : নতুন " সমাৰ্থক শব্দ" সংযোজিত কৰি থকা হ'ব।]
To Join Our Educational WhatsApp Group Or Stay Updated Just Type Your Name, Class, Gender And Designation And SMS to 7637961778.

63 Comments
prithiwir matra eta samarthak sabda dile dhara baki gotei bur mail kari dioksun
ReplyDeleteXunkale Post Kora Hobo.
ReplyDeleteমানিক, পৃথিৱীৰ দেখোন ১২ টা সমাৰ্থক শব্দ দিয়া হৈছে। মন দি চালেই পাবা।
ReplyDeleteমন্দিৰৰ সমাৰ্থক শব্দ
ReplyDeleteদেৱালয়,দ'ল, মঠ, দেৱাল
ReplyDeleteগৃহস্হ আৰু গধূলি সমাৰ্থক শব্দ
ReplyDeleteদিয়া হ'ল।
Deleteআগৰ Reply ৰ বাবে ধন্যবাদ
ReplyDeletesarmathak sabdo অরণ
ReplyDeleteঅৰণ নহয়, অৰুণহে হ'ব। ই হৈছে সূৰ্যৰ সমাৰ্থক শব্দ।
Deleteপেপাঁৰ সমাথক শব্দ
ReplyDeleteকাকত
Deleteঘাঁহৰ সমাৰ্থ ক শব্দ
ReplyDeleteতৃণ
Deleteঘাঁহৰ সমাৰ্থক শব্দ দিয়া হ'ল।
ReplyDeleteঘাঁহৰ সমাৰ্থক শব্দ দিয়া হ'ল।
ReplyDeleteছাগলীৰ কি কি আছে ?
ReplyDeleteপৰীক্ষাত জানো আহিব?
ReplyDeleteClass ten or substance writing khini dibo sun..plz
ReplyDeleteধুমুহাৰ সমৰ্থক শব্দ কি
ReplyDeleteXunkale Diya Hobo
DeleteClass 10 or substance writing khini Diya hobo...
ReplyDeleteধুমুহাৰ সমাথক xunkale
ReplyDeleteলহৰ সমাৰ্থক শব্দ কি
ReplyDeleteঢৌ
Deleteবদন
ReplyDeleteThis comment has been removed by a blog administrator.
ReplyDeleteক্ষমা কৰিবা। অকস্মাত ভুলতে তোমাৰ প্ৰশ্নটো ডিলেট হৈ গল। সৌৰভৰ সমাৰ্থক শব্দ - সুৰভি, সুবাস।
ReplyDeleteAta khobdot prokakh kora, fokora jojoba,dibo sun
ReplyDeleteচহৰৰ সমাথক শব্দ
ReplyDeleteনগৰ
Deleteআবেলিৰ সমাৰ্থক শব্দ কি
ReplyDeleteনগৰৰ
Deleteআইতাৰ সমাৰ্থক কি হব
ReplyDeleteমাতৃ, বুঢ়ীআই।
Deleteদলং , ৰক্ষা সমাৰ্থক শব্দ কি হব
ReplyDeleteদলং-সেতু
Deleteৰক্ষা-Uddhar
ৰূপ সমাৰ্থক কি হব
Deleteবিপদ কি হব
Deleteদলং - সাঁকো, সেতু, বান্ধ।
Deleteৰক্ষা - উদ্ধাৰ, পৰিত্ৰাণ, নিস্তাৰ, পালন।
Deleteগুণ
ReplyDeleteগূণ - ধৰ্ম, স্বভাৱ, যশস্যা, বিদ্যা, জ্ঞান, লেজু, জৰি, অংশ, ভাগ, পৰিমাণ, কাৰণ, হেতু, পূৰণ, ভাব।
ReplyDeleteযন্ত্ৰণাৰ সমাৰ্থক শব্দ দিয়ক?
ReplyDeleteবেদনা, দুখ, বেথা
ReplyDeleteনতুন সমাৰ্থক শব্দ কি
ReplyDeleteনব,
ReplyDeleteখিৰিকী সমাথ শব্দ কি?
ReplyDeleteঅপহৰণ ৰ সমাথ
ReplyDeleteশব্দ
চৌৰ্য
Deleteনতুন - আধুনিক, নৱীন, নব্য, নব।
ReplyDeleteখিৰিকি - খিড়িকি,গবাক্ষ,বাতায়ন।
ReplyDeleteতৰা সমাৰ্থক শব্দ কি
ReplyDeleteনক্ষত্ৰ
ReplyDeleteহাঁহি ৰ সমাৰ্থক শব্দ কি
ReplyDeleteতৰা আৰু আইতাৰ সমাৰ্থক কি হব
ReplyDeleteদৈনদিনৎ কি হব
ReplyDeleteদৈনিক, নিতৌ, এদিনীয়া, দিনটীয়া, সদায়।
Deleteজেউতি
ReplyDeleteজ্যোতি, পোহৰ, দীপ্তি, কান্তি।
Deleteঅভিযান শব্দৰ সমাৰ্থক শব্দ কি?
ReplyDeleteমিছন,
ReplyDeleteদেশ,কাম,সম্ভাৰ,কল্লোল,বুকু
ReplyDeleteSend Your Questions And Queries Here