An Approach To English Grammar || Lesson II : PHRASES AND CLAUSE

Translate the following into English:



(i) তেওঁ কালি উৰা জাহাজেৰে কলকাতালৈ গ'ল।  
He went to Kolkata by aeroplane yesterday.

(ii) মোৰ সলনি তুমি বজাৰলৈ যাবানে?  
Will you go to the market instead of me?  

(iii) ঘণ্টা বজাৰ লগে লগে ল'ৰাবোৰ ক্লাছৰ পৰা বাহিৰলৈ আহিল।  
As soon as the bell rang, the boys came out of the class.  

(iv) হে প্রভু! তেওঁৰ দয়া মৰম নাই নেকি?  
Oh Lord! Does he have no mercy and love?  

(v) ৰাখী অকল ধুনীয়াই নহয়, পঢ়া-শুনাতো ভাল।  
Rakhi is not only beautiful but also good in studies.  

(vi) ৰাজুহঁতৰ ঘৰৰ সন্মুখত এখন ফুলনি নাইনে?  
Isn’t there a garden in front of Raju’s house?  

(vii) প্রদীপৰ ভনীয়েকে চাইকেল চলাব নাজানে।  
Pradeep’s sister does not know how to ride a bicycle.  

(viii) অসুখৰ বাবে তেওঁ সভালৈ আহিব নোৱাৰিলে।  
Because of illness, he could not come to the meeting.  

(ix) এই হোটেলখনত থকাখোৱাৰ ব্যৱস্থা নাই।  
There is no arrangement for boarding and lodging in this hotel.  

(x) ল'ৰাবোৰ এজন এজনকৈ উভতি গৈছিল।  
The boys were going back one by one.  

(xi) কি লাজৰ কথা! তুমি আকৌ পৰীক্ষাত অকৃতকার্য হ'লা।  
What a shame! You failed the exam again.  

(xii) এই ঔষধটো তিনি ঘণ্টাৰ অন্তৰে অন্তৰে খাবা।  
Take this medicine every three hours.  

(xiii) চোৰজনক ধৰিবলৈ পুলিচজনে যিমান বেগাই পাৰে দৌৰিছিল।  
The policeman ran as fast as he could to catch the thief.  

(xiv) আমি বজাৰলৈ যাবলৈ সাজু হৈ আছোঁ।  
We are ready to go to the market.  

(xv) এই আমটো খাবলৈ মিঠা।  
This mango is sweet to eat.  

(xvi) চৰাইটো দেখিবলৈ ধুনীয়া।  
The bird is beautiful to look at.  

(xvii) গোটেই দিনটো বৰষুণ দি আছে।  
It has been raining the whole day.  

(xviii) খবৰটো শুনি আমাৰ প্ৰধান শিক্ষক খঙত বলিয়াৰ দৰে হৈছিল।  
On hearing the news, our headmaster became furious like a mad bull.  

(xix) তাৰ অন্তৰখন শিলৰ দৰে টান।  
His heart is as hard as a stone.  

(xx) মগনীয়াজনৰ এটা চকু বেয়া।  
The blind man has one bad eye.  

(xxi) তেওঁ এতিয়া কামত ব্যস্ত।  
He is busy with work now.  

(xxii) ৰে'ল-গাড়ীৰ ভাড়া নথকাৰ বাবে সি যোৰহাটলৈ যাব নোৱাৰিলে।  
Because he didn't have the train fare, he could not go to Jorhat.  

(xxiii) দুর্ভিক্ষৰ ফলস্বৰূপে বহুতো মানুহ মৰিবলৈ ধৰিছে।  
As a result of the famine, many people have started dying.  

(xxiv) সততাৰ গুণতে তেওঁ আজি ইমান ডাঙৰ মানুহ হৈছে।  
Because of the virtue of honesty, he has become such a great man today.  

(xxv) তুমি যিমান দিন ইচ্ছা কৰা মোৰ ঘৰত থাকিব পাৰা।  
You can stay in my house as long as you want.  

(xxvi) সৈন্য এজনে নিজ দেশৰ কাৰণে মৰিবলৈ ভয় নকৰে।  
A soldier is not afraid to die for his country.  

(xxvii) তেওঁৰ যশস্যা চাৰিওপিনে ফাটি-ফুটি গৈছে।  
His fame has spreaded all around.  

(xxviii) তাই ছবি আঁকিব নাজানে।  
She does not know how to draw pictures.  

(xxix) তুমি পৰহি দিনা আহিছিলা নেকি?  
Did you come the day before yesterday?  

(xxx) অতীত কালত কিছুমান বিৰাটকায় জন্তুৱে এই পৃথিবীত বাস কৰিছিল।  
In ancient times, some huge animals lived on this earth.

Post a Comment

0 Comments