বিপৰীত শব্দ | Opposite Words In Assamese



1. ৰূপ – বিকৃতি
2. মুকলি – বন্ধ
3. সুখ – দুখ
4. হাঁহি– কান্দোন
5. উদং – আবৃত

6. মিঠা – তিতা/তৰল
7. বিনয় – অহংকাৰ
8. লঘু – গুৰু
9. দোষ – গুণ
10. গহীন – সৰল
11. কপটীয়া – সৎ
12. বৈচিত্র্য – অবৈচিত্ৰ্য 
13. প্ৰাচীন – আধুনিক/নতুন
14. ত্যাগ – গ্ৰহণ
15. বিশ্বাস – সন্দেহ
16. উচিত – অনুচিত
17. মৌখিক – লিখিত
18. প্ৰয়োজনীয় – অপ্রয়োজনীয়
19. অকৃতজ্ঞ – কৃতজ্ঞ
20. স্বাৰ্থপৰ – নিঃস্বাৰ্থ
21. বিশ্বাসঘাতক – বিশ্বস্ত
22. আবাহন – বিসর্জন
23. আচামী – নির্দোষ
24. গ্ৰহণ – প্ৰত্যাখ্যান
25. ভোটা – তীক্ষ্ণ 
26. আয়  – ব্যয়
27. সন্ধি – যুদ্ধ
28. ঘন – পাতল
29. মিলন – বিচ্ছেদ
30. সুযোগ – বাধা
31. অমৃত – বিষ
32. সুন্দৰ – কুৎসিত
33. চিনাকি  – অচিনাকি
34. কঠিন – সহজ
35. দুৰ্বল – সবল
36. কঠোৰ – কোমল
37. ভাগ্য – অভাগ্য
38. অধিকার – বঞ্চনা
39. দেশী – বিদেশী
40. সাকাৰ – নিষ্ফল/অসাৰ
41. প্ৰখ্যাত – অখ্যাত 
42. পার্থক্য – মিল
43. সৰল – জটিল
44. অধম – উত্তম
45. শত্ৰু – বন্ধু
46. তিরস্কাৰ – প্ৰশংসা
47. সদাচাৰ – কুদাচাৰ
48. গৰিষ্ঠ – লঘিষ্ঠ
49. নিয়ম – বিশৃঙ্খলা
50. উচিত‌ – অনুচিত
51. আদি – শেষ
52. শেষ – আৰম্ভ
53. সপোন – বাস্তৱ
54. ক্ষীণ – প্ৰবল
55. স্পষ্ট – অস্পষ্ট
56. থলুৱা – বিদেশী
57. মূৰ্খ – জ্ঞানী
58. বৈধ – অবৈধ
59. বিখ্যাত – অখ্যাত
60. আদৰ – অৱহেলা
61. উৎসাহ – নিৰুৎসাহ
62. আৱিৰ্ভাৱ – অন্তর্ধান
63. বিপদ – নিৰাপত্তা
64. শুক্লপক্ষ – কৃষ্ণপক্ষ
65. অতিবৃষ্টি – খৰাং
66. উপস্থিত – অনুপস্থিত
67. স্থাৱৰ – অস্থাৱৰ
68. আয় – ব্যয়
69. উদয় – অস্ত
70. বিনয় – অহংকাৰ
71. চুটি – দীঘল
72. অনুকূল – প্ৰতিকূল

Post a Comment

0 Comments