Class 10 || General Science || Lesson 14. শক্তিৰ উৎস সমূহ (54 MCQ)




1. তলত কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? (HSLC-2022)
(a) জীৱাশ্মজাত ইন্ধন
(b) তাপভিত্তিক শক্তি প্রকল্প
(c) জলশক্তি প্রকল্প
(d) সৌৰশক্তি
উত্তৰ : (d) সৌৰশক্তি

2. তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস ---(HSLC-2023)
(a) বায়ু শক্তি
(b) নিউক্লীয় শক্তি
(c) ভূ-তাপীয় শক্তি
(d) তৰংগ শক্তি
উত্তৰ : (a) বায়ু শক্তি

3. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ খৰিব নোৱৰা দিনটো হৈছে এটা --
(a) ৰৌদ্রোজ্বল দিন
(b) ডাৱৰীয়া দিন
(c) গৰম দিন
(d) বতাহে কোবোৱা দিন
উত্তৰঃ (b) ডাৱৰীয়া দিন

4. এল. পি. জিক সংৰক্ষিত কৰা হয়-
(a) উচ্চ চাপত
(b) কম উষ্ণতাত
(c) অনুঘটকৰ উপস্থিতিত
(d) ওপৰত উল্লেখ কৰা আটাইকেইটা
উত্তৰ: (a) উচ্চ চাপত

5. নিউক্লীয় শক্তি উৎপাদন কৰা হয়-
(a) নিউক্লীয় একীভৱনৰ দ্বাৰা
(b) তাপ অঘটনৰ দ্বাৰা
(c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা
(d) বিভাজন পাতনৰ দ্বাৰা
উত্তৰঃ (c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা

6. প্লাষ্টিকবোৰ-
(a) অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস
(b) অপচয়ৰ-পৰা-শক্তিৰ উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি
(c) জীৱনমনীয়
(d) এবিধ জীৱাৱশেষ শক্তিৰ উৎস
উত্তৰ: (a) অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস

7. তৰলীকৃত পেট্রলীয়াম গেছৰ প্ৰধান উপাদান হৈছে
(a) এক্টিন
(b) বিউটিন
(c) বিউটেন
(d) পেন্টেন
উত্তৰঃ (c) বিউটেন

8. কিহৰ পৰা ক'ক উৎপন্ন হয় ---
(a) পেট্রলিয়াম
(c) কাঠ কয়লা
(b) বিটুমিনাচ কয়লা
(d) আয়ৰন
উত্তৰঃ (b) বিটুমিনাচ কয়লা

9. বায়ুকল সাজিবলৈ বতাহৰ বেগ অতিকমেও কিমান হোৱা উচিত --
(a) 15 km/hr
(b) 20 km/hr
(c) 10 km/hr
(d) 5 km/hr
উত্তৰ: (a) 15 km/hr

10. জোৱাৰ শক্তি উৎপাদন কৰিবলৈ বাসন্তী জোৱাৰ আৰু লঘু জোৱাৰৰ ব্যৱধান অতি ক্রমেও কিমান হোৱা উচিত ---
(a) 5 মিটাৰ
(b) 6 মিটাৰ
(c) 4 মিটাৰ
(d) 7 মিটাৰ
উত্তৰ: (d) 7 মিটাৰ

11. বতাহৰ দেশ বুলিলে কি বুজা যায় ---
(a) ছিডনি
(b) ডেনমার্ক
(c) নিউজিলেণ্ড
(d) ইৰাক
উত্তৰ: (b) ডেনমার্ক

12. তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয়?
(a) খৰি
(b) গোবৰ গেছ
(c) নিউক্লীয় শক্তি
(d) কয়লা
উত্তৰঃ (c) নিউক্লীয় শক্তি

13. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়?
(a) ভূ-তাপীয় শক্তি
(b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি
(d) জৈৱ উপাদান
উত্তৰ: (c) নিউক্লীয় শক্তি

14. তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়? (HSLC '16)
(a) জীৱাশ্ম ইন্ধন
(b) জীৱভৰ
(c) বায়ু শক্তি
(d) নিউক্লীয় শক্তি
উত্তৰঃ (d) নিউক্লীয় শক্তি

15. তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়?(HSLC-2018)
(a) নিউক্লীয় শক্তি
(b) জৈৱ উপাদান
(c) ভূতাপীয় শক্তি
(d) বায়ু শক্তি
উত্তৰ : (a) নিউক্লীয় শক্তি।

16. তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়?
(a) খৰি
(b) গোবৰ গেছ
(c) কয়লা
(d) নিউক্লীয় শক্তি
উত্তৰ : (d) নিউক্লীয় শক্তি

17. পেট্র'ল আৰু ডিজেল হৈছে --
(a) নৱীকৰণযোগ্য শক্তিৰ উৎস
(b) প্ৰদূষণ নকৰা শক্তিৰ উৎস
(c) শক্তিৰ মুখ্য উৎস
(d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস
উত্তৰঃ (d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস।

18. পেট্ৰ'লিয়ামৰ পাতনত জড়িত এটা প্রক্রিয়া হৈছে --
(a) ঘনীভৱন
(b) বাষ্পীভৱন
(c) পাতন
(d) তৰলীকৰণ
উত্তৰ: (b) বাষ্পীভৱন

19. এনথ্রাছাইটত থকা কাৰ্বনৰ পৰিমাণ হৈছে-
(a) 65%
(c) 95%
(b) 78%
(d) 99%
উত্তৰ: (c) 95%

20. খাৰুৱা তেলৰ তাপ অপঘটন কৰাৰ কাৰণটো--
(a) খাৰুৱা তেলত সহজে পৰিবহণযোগ্য কৰিবলৈ
(b) কেল'ৰি মান বঢ়াবলৈ
(c) অশুদ্ধি আঁতৰাবলৈ
(d) উৎপন্ন হোৱা পেট্ৰ'লৰ পৰিমাণ বঢ়াবলৈ
উত্তৰ: (d) উৎপন্ন হোৱা পেট্ৰ'লৰ পৰিমাণ বঢ়াবলৈ

21. সৌৰ কোষৰ প্ৰস্তুতকৰণত কি ধাতু ব্যৱহাৰ হয় --
(a) এলুমিনিয়াম
(b) কেডমিয়াম
(c) ছিলিকন
(d) ৰূপ
উত্তৰঃ (c) ছিলিকন

22. বায়ুশক্তি উৎপাদনত ভাৰতৰ স্থান কিমান ---
(a) প্রথম
(c) পঞ্চম
(b) তৃতীয় 
(d) সপ্তম
উত্তৰঃ (c) পঞ্চম

23. বায়ুশক্তি উৎপাদনত কোন দেশৰ স্থান প্রথম ---
(a) অস্ট্রেলিয়া
(c) ভাৰত
(c) জার্মানী
(d) হলেণ্ড
উত্তৰঃ (c) জার্মানী

24. জীবাশ্মজাত ইন্ধনসমূহ— 
(i) কেতিয়াও শেষ হৈ নাযায়।
(ii) সোনকালে শেষ হৈ যাব।
(iii) অনবীকৰণযোগ্য শক্তিৰ উৎস।
(iv) নবীকৰণযোগ্য শক্তিৰ উৎস।
(a) (i), (iv)
(b) (ii), (iii)
(c) (ii), (iv) 
(d) (i), (iii)
উত্তৰঃ (b) (ii), (iii)

25. ইন্ধনৰ দহনৰ প্ৰভাৱ হ’ল-
(i) গোলকীয় উত্তাপন।
(ii) বায়ু প্রদূষণ। 
(iii) এছিড বৰষুণ।
(iv) সেউজ – গৃহ প্রভাৱ।
শুদ্ধ উত্তৰটো হ’ল– 
(a) (i), (ii) 
(b) কেবল (iv) 
(c) (i), (ii), (ii) 
(d) (i), (ii), (ii), (iv)
উত্তৰঃ (d) (i), (ii), (ii), (iv)

26. জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো মৌলৰ অক্সাইডবোৰ আম্লিক? 
(a) কার্বন।
(b) নাইট্ৰ’জেন।
(c) ছালফাৰ।
(d) ওপৰৰ আটাইবোৰ।
উত্তৰঃ (d)ওপৰৰ আটাইবোৰ।

27. গৰম পানী পাবলৈ এটা সৌৰ জল হীটাৰ তলৰ কোনটো দিনত ব্যৱহাৰ কৰিব নোৱাৰি— 
(a) ৰৌদ্রোজ্জ্বল দিন।
(b) ডাৱৰীয়া দিন।
(c) উষ্ণ দিন।
(d) বতাহ বলি থকা দিন।
উত্তৰঃ (b) ডাৱৰীয়া দিন।

28. তলৰ কোনটো জৈৱ-উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয়–
(a) কাঠ।
(b) গোবৰ-গেছ।
(c) নিউক্লীয় শক্তি।
(d) কয়লা।
উত্তৰঃ (c) নিউক্লীয় শক্তি।

29. তলৰ কোনটো এটা নৱীকৰণ যোগ্য শক্তিৰ উৎস– 
(a) জীৱাশ্ম ইন্ধন।
(b) তাপভিত্তিক শক্তি প্রকল্প।
(c) জলশক্তি প্রকল্প। 
(d) নিউক্লীয় শক্তি।
উত্তৰঃ (c) জলশক্তি প্রকল্প। 

30. তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস–
(a) বায়ু শক্তি।
(b) জল শক্তি। 
(c) জৈৱ-ভৰ।
(d) জীৱাশ্মজাত ইন্ধন।
উত্তৰঃ (d) জীৱাশ্মজাত ইন্ধন।

31. জৈৱ গেছত তলৰ কোনটো গেছ নাথাকে–
(a) হাইড্ৰ’জেন।
(b) নাইট্ৰ’জেন।
(c) মিথেন।
(d) হাইড্ৰ’জেন ছালফাইড।
উত্তৰঃ (b) নাইট্ৰ’জেন।

32. তলৰ কোনটো এটা আদৰ্শ ইন্ধনৰ চৰ্ত নহয়– 
(a) সহজলভ্য। 
(b) প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰা। 
(c) প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা। 
(d) কম খৰচী।
উত্তৰঃ (c) প্ৰচুৰ পৰিমাণে ধোঁৱা উৎপন্ন কৰা।

33. তলৰ কোনটো এটা প্রচলিত শক্তিৰ উৎস নহয়— 
(a) জীৱাশ্ম ইন্ধন। 
(b) জল বিদ্যুৎ।
(c) তাপভিত্তিক শক্তি প্রকল্প।
(d) সৌৰ শক্তি।  
উত্তৰঃ (d) সৌৰ শক্তি। 

34. তলৰ কোনটো এটা বিকল্প শক্তিৰ উৎস— 
(a) জৈৱ ভৰ।
(b) বায়ু শক্তি।
(c) নিউক্লীয় শক্তি।
(d) জীৱাশ্ম ইন্ধন।
উত্তৰঃ (c) নিউক্লীয় শক্তি।

35. তলৰ কোনবিধ সাগৰ বা মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি–
(a) জোৱাৰ শক্তি।
(b) ভূতাপীয় শক্তি।
(c) তৰংগ শক্তি।
(d) মহাসামূদ্রিক তাপীয় শক্তি।
উত্তৰঃ (b) ভূতাপীয় শক্তি।

36. আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎসই সঞ্চিত সৌৰ শক্তিক প্ৰতিনিধিত্ব কৰে। তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয়—
(a) ভূতাপীয় শক্তি।
(b) বায়ু শক্তি।
(c) নিউক্লীয় শক্তি। 
(d) জৈৱ-উপাদান।
উত্তৰঃ (c) নিউক্লীয় শক্তি।

37. তলৰ কোনটো এটা ভাল শক্তিৰ উৎসৰ গুণ?
(a) প্রতি একক আয়তন বা ভৰ সাপেক্ষে যথেষ্ট পৰিমাণে কাৰ্য কৰে।
(b) সহজলভ্য।
(c) সঞ্চয় আৰু পৰিবহনৰ বাবে সহজ।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

38. আমি বিকল্প শক্তিৰ উৎস বিচাৰো, কাৰণ –
(a) বৰ্তমানৰ শক্তিৰ উৎসমূহ দক্ষ নহয়।
(b) বৰ্তমানৰ শক্তিৰ উৎসমূহ অতিকৈ ব্যয়বহুল।
(c) বর্তমান বহুলভাবে ব্যৱহৃত শক্তিৰ উৎস যেনে জীৱাশ্মজাত ইন্ধনসমূহ সোনকালে শেষ হৈ যাব।
(d) ওপৰৰ আটাইবোৰ।
উত্তৰঃ (c) বর্তমান বহুলভাবে ব্যৱহৃত শক্তিৰ উৎস যেনে জীৱাশ্মজাত ইন্ধনসমূহ সোনকালে শেষ হৈ যাব।

39. পেট্রোলিয়ামৰ সবাতোকৈ বেছি চাহিদা থকা উপাদানটো হৈছে
(a) কেৰাচিন
(b) গেছ'লিন
(c) ডিজেল
(d) ইন্ধনতেল
উত্তৰঃ (b) গেছ'লিন

40. এনথ্রাছাইট কয়লাত থকা কাৰ্বনৰ পৰিমাণ হৈছে
(a) 56%
(b) 78%
(c) 95%
(e) 99%
উত্তৰঃ (c) 95%

41. 1876ত অসমত প্ৰথম তেলৰ পুং খন্দা ঠাইখন হ'ল--
(a) ডিগবৈ
(c) মাকুম
(b) দুলিয়াজান
(d) বঙাইগাঁও।
উত্তৰঃ (a) ডিগবৈ

42. খাৰুৱা তেলৰ তাপ অপঘটন কৰা হয়-
(a) খাৰুৱা তেলক সহজে পৰিবহণ কৰা হয়
(b) কেলৰিমান বঢ়াবলৈ
(c) অশুদ্ধি আতৰ কৰিবলৈ
(d) পেট্রোলৰ পৰিমাণ বঢ়াবলৈ।
উত্তৰঃ (d) পেট্রোলৰ পৰিমাণ বঢ়াবলৈ।

43. সাগৰৰ তলত পোতখাই থকা সাগৰীয় অণুজীৱবোৰৰ পৰা উৎপন্ন হোৱা গেছটো হ'ল-
(a) প্রাকৃতিক গেছ
(b) হাইড্র'জেন গেছ
(c) গেছলিন
(d) এল.পি.জি.।
উত্তৰঃ (a) প্রাকৃতিক গেছ

44. তলৰ কোন প্ৰকাৰৰ কয়লাত আটাইতকৈ কম পৰিমাণৰ কাৰ্বন থাকে -
(a) মুগা কয়লা
(b) চাব-বিটুমিনাছ কয়লা
(c) বিটুমিনাছ কয়লা
(d) এনথ্রাছাইট কয়লা
উত্তৰঃ (b) চাব-বিটুমিনাছ কয়লা

45. তলৰ কোন প্ৰকাৰৰ কয়লাত আটাইতকৈ বেছি পৰিমাণৰ কার্বন থাকে --
(a) মুগা কয়লা
(b) এনথ্রাছাইট কয়লা
(c) বিটুমিনাছ কয়লা
(d) চাব-বিটুমিনাছ কয়লা
উত্তৰঃ(b) এনথ্রাছাইট কয়লা

46. প্রাকৃতিক গেছৰ প্রধান উপাদান হৈছে-
(a) মিথেন
(b) ইথেন
(c) প্র'পেন
(d) বিউটেন
উত্তৰঃ (a) মিথেন

47. বর্তমান নিউক্লীয় শক্তি বিকাৰকৰ সংখ্যাৰ ভিত্তিত ভাৰতৰ স্থান ---
(a) দশম
(b) পঞ্চম
(c) নৱম
(d) দ্বিতীয়
উত্তৰঃ (b) পঞ্চম

48. খাৰুৱা তেলৰ তাপ অপঘটন কৰাৰ কাৰণটো ---
(a) খাৰুৱা তেল সহজে পৰিবহনযোগ্য কৰিবলৈ।
(b) কেল'ৰি মান বঢ়াবলৈ।
(c) অশুদ্ধি আতৰাবলৈ।
(d) উৎপন্ন হোৱা পেট্র'লৰ পৰিমাণ বঢ়াবলৈ।
উত্তৰঃ (d) উৎপন্ন হোৱা পেট্র'লৰ পৰিমাণ বঢ়াবলৈ।

49. এল পি জিক সংৰক্ষিত কৰা হয় ---
(a) কম উষ্ণতাত
(b) উচ্চ চাপত
(c) অনুঘটকৰ উপস্থিতিত
(d) ওপৰৰ উল্লেখ কৰা আটাইকেইটাই।
উত্তৰঃ (b) উচ্চ চাপত

50. ভৱিষ্যত ব্যৱহাৰৰ ইন্ধন হ'ল-
(a) চি এন জি
(b) হাইড্র'জেন
(c) পেট্রল
(d) গেছ'হ'ল
উত্তৰঃ(b) হাইড্র'জেন

51. তলৰ কোনটো নবীকৰণযোগ্য শক্তিৰ উৎস-
(a) জলশক্তি
(b) বতাহ শক্তি
(c) কয়লা
(d) মহাসাগৰ শক্তি
উত্তৰঃ (d) মহাসাগৰ শক্তি

52. তলৰ কোনটো নন কণভেনচনেল শক্তিৰ উৎস?
(a) বতাহ শক্তি
(b) জলশক্তি
(c) কয়লা
(d) মহাসাগৰ শক্তি।
উত্তৰঃ (a) বতাহ শক্তি

53. তাপীয় শক্তি প্রকল্পত ব্যৱহাৰ কৰা ইন্ধন হ'ল-
(৪) পানী
(c) জীৱভৰ
(b) ইউৰেনিয়াম
(d) জীৱাশ্ম ইন্ধন।
উত্তৰঃ (d) জীবাষ্ম ইন্ধন।

54. জৈৱগেছৰ মুখ্য গঠনাত্মক উপাদান হ'ল
(a) মিথেন
(b) কার্বন-ডাই অক্সাইড
(c) হাইড্র'জেন
(d) হাইড্র'জেন ছালফাইড।
উত্তৰঃ (a) মিথেন


Post a Comment

0 Comments