(a) মিনা কাইলৈ স্কুললৈ নাযায়।
Meena will not go to school tomorrow.
চৰাইবোৰ আকাশত উৰি ফুৰিছে।
The birds are flying in the sky.
বাঘ বনত থাকে।
The tiger lives in the forest.
সিংহ বনৰ ৰজা।
The lion is the king of the jungle.
অসমৰ হাবিত সিংহ নাই।
বাটত কোনো মানুহ নাছিল।
There was no one on the road.
সিহঁত ঘৰলৈ গৈছে।
They have gone home.
ছাহজাহানে তাজমহল সাজিছিল তেওঁৰ ঘৈণীয়েকৰ স্মৃতিসৌধ (memorial) হিচাপে।
চিপাহী বিদ্রোহ হৈছিল ১৮৫৭খ্রীষ্টাব্দত।
মই কেতিয়াও মিছা কথা নকওঁ।
I never tell lies.
কোনোৱেই তাক সহায় কৰিবলৈ আগবাঢ়ি অহা (come forward) নাছিল।
No one came forward to help him.
মোৰ ভাইটোৱে ক্রিকেট নেখেলে।
My brother does not play cricket.
Translate Into English.
(b) তুমি ক'লৈ গৈছিলা?
Where did you go?
সি কালি তোমালোকৰ ঘৰলৈ অহা নাছিলনে?
Didn’t he come to your house yesterday?
তোমাৰ ছাতিটো কোনোবাই চুৰি কৰিলে নেকি?
Did someone steal your umbrella?
তাৰ দেউতাকৰ নাম কি?
What is your father name?
সি কেতিয়া আহিব?
When will he come?
ৰাজু কাইলৈ ছিলঙলৈ যাব নেকি?
Will Raju go to Shillong tomorrow?
গল্প কিতাপখন (story-book) সি কালি ইয়াত থোৱা নাছিলনে?
Didn’t he keep the storybook here yesterday?
তোমাৰ মা আজি কেনে আছে?
How is your mother today?
মৃণালৰ কোটটো নতুন নেকি?
Is Mrinal’s coat new?
গুৱাহাটীৰ চিৰিয়াখানাত (zoo) কেইটা সিংহ আছে?
How many lions are there in the Guwahati zoo?
তুমি কলকাতালৈ কেইবাৰ (how many times) গৈছা?
How many times have you been to Kolkata?
যোৱা বছৰ তেওঁ দিল্লীত নাছিল জানো?
Wasn’t he in Delhi last year?
Translate Into English.
(c) সৌ চকীখনত বহা।
Sit in the chair over there.
তেওঁ এতিয়াই আহক।
Let him come now.
ছাগলীটো খেদি দিয়া (drive away)।
Drive away the goat.
তেওঁলোকে এতিয়াই যাওকগৈ।
Let them go now.
মোৰ ছাতিটো আনাচোন।
Bring my umbrella.
সৰু ছোৱালীজনীক কমলা টেঙা এটা দিয়া।
Give an orange to the little girl.
সৌ পাহাৰখনলৈ চোৱা (look at)।
Look at the mountain.
অনুগ্ৰহ কৰি (please) মোক কিবা অলপ খাবলৈ দিয়ক।
Please give me something to eat.
সৌ ক'লা বাকচটো ইয়ালৈ আনাচোন।
Bring that black box here.
সদায় শিক্ষকৰ কথা শুনিবা (obey)।
Always obey the teacher.
মোক এগিলাচ পানী দিয়া।
Give me a glass of water.
তাই এতিয়া অংক কৰক।
Let her do the math now.
খিৰিকীখন নুখুলিবা।
Do not open the window.
বিছনাখনত নবহিবা।
Do not sit on the bed.
Translate Into English.
(d) ল'ৰাটো কিযে দুষ্ট (naughty)!
How naughty the boy is!
বাঘ কিযে ভয়ংকৰ (dreadful)!
How dreadful the tiger is!
কি সুন্দৰ ফুল!
What a beautiful flower!
কেনে ধুনীয়া দৃশ্য!
What a lovely view!
বনভোজত আমি কিযে নকৰিলোঁ!
What we didn't do on vacation!
বাঃ আমি জিকিলোঁ!
Hurrah, We won!
হায়, আমাৰ কুকুৰটো মৰি গ'ল!
Alas, our dog is died!
ইচ্, তাৰ সর্বনাশ হ'ল!
Oh no, he is ruined!
গোলাপ ফুল কেনে চকুত লগা (attractive)!
How attractive the rose is!
হায়, তাৰ দেউতাক আজি এই সংসাৰত নাই!
Alas, his father is no longer in this world!
মই কি মূর্খামিখন নকৰিলোঁ!
What a foolish thing I did not do!

0 Comments
Send Your Questions And Queries Here