Class 10 || General Science || Lesson 8. জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ? (34 MCQ)


1. তলৰ কোনটো জীৱন প্ৰক্ৰিয়া নহয়—
(a) পৰিপুষ্টি।
(b) ৰেচন।
(c) প্রজনন।
(d) শ্বসন।
উত্তৰঃ (c) প্রজনন।

2. তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্রজন্মলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে-
(a) কোষ প্রসৰ।
(b) ক্ৰম’জম’। 
(c) কোষকেন্দ্ৰ প্ৰৰস।
(d) অতিকেন্দ্ৰ।
উত্তৰঃ (b) ক্ৰম’জম’।

3. ডলৰ কোনটোক প্ৰটি’ন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয়—
(a) কোষকেন্দ্র।
(b) DNA
(c) অতিকেন্দ্ৰ।
(d) কোষকেন্দ্ৰ প্ৰৰস।
উত্তৰঃ b) DNA

4. তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে –
(a) পুনৰুৎপত্তি।
(b) বিভংগন।
(c) ৰেণু গঠন।
(d) ভাজন।
উত্তৰঃ (d) ভাজন।

5. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম’ডিয়ামে প্ৰজনন কৰে—
(a) দ্বি-ভাজন।
(b) পুনৰুৎপত্তি। 
(c) বহুভাজন।
(d) মুকুলোদ্‌গম।
উত্তৰঃ (c) বহুভাজন।

6. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে–
(a) পুনৰুৎপত্তি।
(b) মুকুলোদগম।
(c) ভাজন।
(d) ৰেণু গঠন।
উত্তৰঃ (a) পুনৰুৎপত্তি।

7. ব্রায়’ফাইলাম বা দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ –
(a) মুকুলোদ্গম।
(b) অংগজ প্রজনন। 
(c) ভাজন।
(d) ৰেণু গঠন।
উত্তৰঃ (b) অংগজ প্রজনন।

8. পুং আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয়-
(a) ভ্রূণ।
(b) ডিম্বাণু। 
(c) যোজন কোষ। 
(d) শুক্রাণু।
উত্তৰঃ (c) যোজন কোষ।

9. তলৰ কোনটো ফুলৰ স্ত্ৰীস্তৱকৰ অংশ নহয়–
(a) গর্ভাশয়।
(b) গর্ভদণ্ড।
(c) গর্ভমুণ্ড।
(d) পৰাগধানী।
উত্তৰঃ (d) পৰাগধানী।

10. পুং আৰু স্ত্ৰীজননকোষৰ মিলনক কোৱা হয়— 
(a) অংকুৰণ।
(b) নিষেচন।
(c) ইতৰ-পৰাগযোগ।
(d) স্ব-পৰাগযোগ।
উত্তৰঃ (b) নিষেচন।

11. ফুলত থকা তলৰ কোনটো অংশ ৰীজলৈ ৰূপান্তৰিত হয়।
(a) ডিম্বক।
(b) গর্ভাশয়।
(c) গৰ্ভযুক্ত।
(d) স্ত্ৰীস্তৱক।
উত্তৰঃ (a) ডিম্বক।

12. ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়–
(a) ডিম্বক।
(b) গর্ভাশয়।
(c) পাহি।
(d) বেটুপাত।
উত্তৰঃ (b) গর্ভাশয়।

13. পিউৰাৰটিৰ সময়ত ল’ৰাৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰম’নবিধ–
(a) ইষ্ট্ৰ’জেন।
(b) থাইৰ’ক্সিন।
(c) টেষ্ট ষ্টাৰণ।
(d) ইনচুলিন।
উত্তৰঃ (c) টেষ্ট ষ্টাৰণ।

14. পিউবাৰটিৰ সময়ত ছোৱালীৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিথ—
(a) ইনচুলিন। 
(b) বৃদ্ধি হৰম’ন।
(c) টেষ্ট ষ্টাৰণ।
(d) ইষ্ট্ৰ’জেন।
উত্তৰঃ (d) ইষ্ট্ৰ’জেন।

15. মানুহৰ পুং জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়–
(a) মূত্রপথ।
(b) ফেল’পিয়ান নলী। 
(c) শুক্রবাহী নলী।
(d) প্রষ্টেট গ্রন্থি।
উত্তৰঃ (b) ফেল’পিয়ান নলী।

16. মানুহৰ স্ত্ৰী জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়–
(a) ফেলপিয়ান নলী। 
(b) শুক্রবাহী নলী। 
(c) ডিম্বাশয়।
(d) জৰায়ু।
উত্তৰঃ (b) শুক্রবাহী নলী।

17. তলৰ কোনটো অংশত মানুহৰ স্ত্ৰী জননকোষ গঠিত হয়–
(a) ডিম্ববাহী নলী।
(b) জৰায়ু।
(c) ডিম্বাশয়।
(d) যোনি।
উত্তৰঃ (c) ডিম্বাশয়।

18. তলৰ কোনটো অংশত মানুহৰ পুং জননকোষ বা শুক্রাণু গঠিত হয়–
(a) প্রষ্টেট গ্রন্থি।
(b) শুক্রবাহী নলী।
(c) শুক্ৰাধাৰ।
(d) শুক্রাশয়।
উত্তৰঃ (d) শুক্রাশয়

19. প্লেচেণ্টাই মাতৃগৰ্ভত ভ্ৰূণ এটাৰ কোনটো প্ৰক্ৰিয়াত সহায় কৰে–
(a) পৰিপুষ্টি।
(b) ৰেচন।
(c) শ্বসন।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

20. তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ – মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে–
(a) কোষ প্রৰস।
(b) ক্ৰম’জম’।
(c) কোষকেন্দ্ৰ প্ৰৰস।
(d) অতিকেন্দ্র।
উত্তৰঃ (b) ক্ৰম’জম’। 

21. তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয়— 
(a) কোষকেন্দ্র।
(b) DNA।
(c) অতিকেন্দ্র।
(d) কোষকেন্দ্ৰ প্ৰৰস।  
উত্তৰঃ (b) DNA।

22. তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে— 
(a) পুনৰুৎপত্তি।
(b) বিভংগন।
(c) ৰেণু গঠন।
(d) বিভাজন।
উত্তৰঃ (d) বিভাজন।

23. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম ‘ডিয়ামে প্রজনন কৰে — 
(a) দ্বি-ভাজন।
(b) পুনৰুৎপত্তি।
(c) বহুবিভাজন।
(d) মুকুলোদ্‌গম।
উত্তৰঃ (c) বহুবিভাজন।

24. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে— 
(a) পুনৰুৎপত্তি।
(b) মুকুলোদ্‌গম।
(c) বিভাজন। 
(d) ৰেণু গঠন।
উত্তৰঃ (a)পুনৰুৎপত্তি।

25. ব্ৰায় ‘ফাইলাম বা দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ–
(a) মুকুলোদ্‌গম।
(b) আংগিক বিস্তাৰণ।
(c) বিভাজন।
(d) ৰেণু গঠন।
উত্তৰঃ (b) আংগিক বিস্তাৰণ।

26. ৰাইজ’ পাছে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতি–
(a) আংগিক বিস্তাৰণ।
(b) মুকুলোদ্‌গম।
(c) বিভাজন।
(d) ৰেণু গঠন।
উত্তৰঃ (d) ৰেণু গঠন।

27. পুং আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয়—
(a) ভ্রূণ।
(b) ডিম্বাণু।
(c) যোজন কোষ।
(d) শুক্রাণু।
উত্তৰঃ (c) যোজন কোষ।

28. পুং আৰু স্ত্ৰীজননকোষৰ মিলনক কোৱা হয়— 
(a) অংকুৰণ।
(b) নিষেচন।
(c) ইতৰ – পৰাগযোগ।
(d) স্ব – পৰাগযোগ।
উত্তৰঃ (b)নিষেচন।

29. ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়।  
(a) ডিম্বক। 
(b) গর্ভাশয়। 
(c) গর্ভমুণ্ড। 
(d) স্ত্রীস্তৱক। 
উত্তৰঃ (a) ডিম্বক। 

30. ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়— 
(a) ডিম্বক। 
(b) গর্ভাশয়।
(c) পাহি।
(d) বেটুপাত।
উত্তৰঃ (b) গর্ভাশয়।

31. পিউবাৰটিৰ সময়ত ল’ৰাৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ—
(a) এষ্ট্ৰ’জেন।
(b) থাইৰ’ক্সিন।
(c) টেষ্ট’ষ্টেৰণ।
(d) ইনচুলিন।
উত্তৰঃ (c) টেষ্ট’ষ্টেৰণ।

32. পিউবাৰটিৰ সময়ত ছোৱালীৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ—
(a) ইনচুলিন।
(b) বৃদ্ধি হৰম’ন।
(c) টেষ্ট’ষ্টেৰণ।
(d) এষ্ট্ৰ’জেন।
উত্তৰঃ (d) এষ্ট্ৰ’জেন ।

33. মানুহৰ পুং জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়— 
(a) মূত্রপথ।
(b) ফেল’পিয়ান নলী। 
(c) শুক্রবাহী নলী।
(d) প্রষ্টেট গ্রন্থি।
উত্তৰঃ (b) ফেল’পিয়ান নলী। 

34. তলৰ কোনটো অংশত মানুহৰ স্ত্ৰী জননকোষ গঠিত হয়–
(a) ডিম্ববাহী নলী।
(b) জৰায়ু। 
(c) ডিম্বাশয়।
(d) যোনি।
উত্তৰঃ (c) যোনি।

Post a Comment

0 Comments