(১) কোনটো গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?
(a) কাৰ্বন ডাই অক্সাইড
(b) অ'জন
(c) মিথেন
উত্তৰ: (b) অ'জন
(২) এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয় --
(a) মেৰু অঞ্চলত
(b) ঔদ্যোগিক অঞ্চলত
(c) অৰণ্য অঞ্চলত
(d) ঘাঁহনি অঞ্চলত
উত্তৰ: (b) ঔদ্যোগিক অঞ্চলত
(৩) বৰ্তমান পৃথিৱীৰ বয়স --
(a) ৪৭০০ নিযুত বছৰ
(b) ৪৬০০ নিযুত বছৰ
(c) ৩৪০০ নিযুত বছৰ
(d) ৫০০০ নিযুত বছৰ
উত্তৰ: (b) ৪৬০০ নিযুত বছৰ
(৪) পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে ---
(a) প্ৰায় ২০ শতাংশ
(b) প্ৰায় ৩০ শতাংশ
(c) প্ৰায় ৩৫ শতাংশ
(d) প্ৰায় ২৫ শতাংশ
উত্তৰ: (c) প্ৰায় ৩৫ শতাংশ
(৫) ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে ---
(a) ২৮০ কিমি
(b) ৫৮০ কিমি
(c) ৪৮০ কিমি
(d) ৩৮০ কিমি
উত্তৰ: (c) ৪৮০ কিমি
(৬) গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছবিধ হ'ল ---
(a) মিথেন
(b) নাইট্ৰাছ অক্সাইড
(c) ক্ল'ৰফ্ল'ৰ কাৰ্বন
(d) কাৰ্বন ডাই অক্সাইড
উত্তৰ: (d) কাৰ্বন ডাই অক্সাইড
(৭) গোলকীয় উত্তাপ বৃদ্ধি এটা ---
(a) স্হানীয় সমস্যা
(b) আন্তঃৰাষ্ট্ৰীয় সমস্যা
(c) আঞ্চলিক সমস্যা
(d) ব্যক্তিগত সমস্যা
উত্তৰ: (b) আন্তঃৰাষ্ট্ৰীয় সমস্যা
(৮) ভাৰতৰ পশ্চিম হিমালয় অঞ্চলত স্হানীয়ভাৱে গঢ়ি উঠা পৰিৱেশ আন্দোলনটোৰ নাম --
(a) চিপকো
(b) বহনক্ষম
(c) আমচাৎ
(d) পৰিৱেশ
উত্তৰ: (a) চিপকো
(৯) বহনক্ষম উন্নয়ন হৈছে ---
(a) অৰ্থনৈতিক উন্নয়ন
(b) বিবেচনা সম্পন্ন উন্নয়ন
(c) পাৰিৱেশিক উন্নয়ন
(d) গোলকীয় উন্নয়ন
উত্তৰ: (b) বিবেচনা সম্পন্ন উন্নয়ন
0 Comments
Send Your Questions And Queries Here