An Approach To English Grammar & Composition | Part - I | Chapter 4 : Kinds of Sentence : Simple, Complex and Compound

Exercise 

A.
(i) ভাৰতবৰ্ষ এখন বিশাল দেশ।
 India is a vast country.

(ii) চাৰিঠেঙীয়া জন্তুৰ ভিতৰত হাতী আটাইতকৈ ডাঙৰ।
Elephants are the largest of the four-footed animals.


(iii) ফুলৰ সুগন্ধ কোনে ভাল নাপায়?
Who doesn't like the aroma of flowers?

(iv) এতিয়াই এই ঠাই এৰি যোৱা।
Leave this place right now.

(v) তুমি কেতিয়াও ইয়ালৈ নাহিবা।
You will never come here.

(vi) গোলাপ ফুল কিমান সুন্দৰ!
How beautiful the rose flower is!

(vii) পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ।
We cannot live unless there is water.

(viii) উট এবিধ ভাৰবাহী জন্তু।
Camel is a beast of burden.

(ix) চৰিত্ৰবান মানুহক সকলোৱে সন্মান কৰে।
People with character are respected by all.

(x) এই যুৱকজন সিংহৰ দৰে সাহসী।
This young man is as brave as a lion.

B.
(i) আমি জানো যে বিদ্যা অমূল্য ধন।
We know that knowledge is an invaluable treasure.

(ii) সি যে মিছা কথা কৈছিল এই কথা সঁচা।
The fact that he lied is true.

(iii) তেওঁ ক'ৰ পৰা আহিল ক'ব পাৰানে?
Can you tell where he came from?

(iv) মই ৰাতিপুৱা পঢ়া কিতাপ এইখন।
This is the book I read in the morning.

(v) তেওঁ যি বিচাৰে তাকে দিয়া।
Give it what he wants.

(vi) মই যিখন গাঁৱত থাকো তাৰ নাম মধুপুৰ।
The village Where I Live Is Called Madhupur.

(vii) তুমি নাখালে মইও নাখাওঁ।
I don't eat either if you don't eat.

(viii) তুমি শুবলৈ যোৱাৰ আগতে দুৱাৰখন বন্ধ কৰিবা।
Close the door before you go to bed.

(ix) বৰষুণ এৰাৰ লগে লগে আমি যাত্ৰা কৰিলোঁ।
We set out as soon as the rain stopped.

(x) বেমাৰীজন ইমান দুৰ্বল হৈছে যে খোজ কাঢ়িব নোৱাৰে।
The sick man is so weak that he can't walk.

C.
(i) তেওঁ ধনী কিন্তু অহঙ্কাৰী নহয়।
He is rich but not arrogant.

(ii) সি কামটো শেষ কৰিলে আৰু গুচি গ'ল।
He finished the job and left.

(iii) আমি সভাস্থলীলৈ গৈছিলো কিন্তু ভিতৰ সোমাব নোৱাৰিলোঁ।
We went to the meeting place but could not get in.

(iv) দেউতাৰ অসুখ, গতিকে বাহিৰলৈ যাব নোৱাৰে।
Father is ill, so he can't go out.

(v) তুমি আৰু মই দুয়ো ইয়াৰ বাবে দায়ী।
You and I are both responsible for this.

(vi) সি কেৱল বুদ্ধিমানেই নহয়, পৰিশ্ৰমীও।
He is not only intelligent but also hardworking.

(vii) সচাঁ কথা কোৱা, নহ'লে তোমাক শাস্তি দিম।
Tell the truth, otherwise I will punish you.
    

Post a Comment

0 Comments