এচিয়ান গেমছ আৰু চনৰ সতে অনুষ্ঠিত ঠাইবোৰ || Asian Games and places held in the year

এতিয়া মহাদেশৰ দেশসমূহৰ মাজত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অলিম্পিকৰ আৰ্হিত অনুষ্ঠিত বিভিন্ন খেলৰ প্ৰতিযোগিতাক এচিয়ান গেমছ বা এচিয়াড বোলে।




১৯৫১ চন - নতুন দিল্লী
১৯৫৪ চন - মেনিলা
১৯৫৮ চন - টকিঅ'
১৯৬২ চন - জাকাৰ্টা
১৯৬৬ চন - বেংকক
১৯৭০ চন - বেংকক
১৯৭৪ চন - তেহৰাণ
১৯৭৮ চন - বেংকক
১৯৮২ চন - নতুন দিল্লী
১৯৮৬ চন - চিউলত
১৯৯০ চন - বেইজিং
১৯৯৪ চন - হিৰোচিমা
১৯৯৮ চন - বেংকক
২০০২ চন - বুছানত
২০০৬ চন - দহা
২০১০ চন - গুৱাংঝু
২০১৪ চন - ইঞ্চিয়ান
২০১৮ চন - জাৰ্কাটা পালেম্ভবেং
২০২২ চন - হাংজৌ (চিন)
২০২৬ চন - আইচি নাগয়া (জাপান)
২০৩০ চন - দহা

Post a Comment

0 Comments