1998 - 2020
1. HSLC - 1998
(i) তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ
আহিছিল।
Ans : Yesterday your father came to
our village.
কৰিছিল।
Ans : He was born in this village.
(iii) তেখেত মোৰ দেউতাৰ বন্ধু।
Ans : He is my father's friend.
(iv) তোমালোক এতিয়া দিল্লীত থাকা,
নহয় জানো?
Ans : Now you live in Delhi, don't you?
(v) তুমি অসমীয়া লিখিব পাৰানে?
Ans : Can you write Assamese?
(vi) অহা বহাগ বিহুত আমাৰ গাঁৱলৈ
আহিবা।
Ans : Please come to our village in
the next bihu.
(vii) আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।
Ans : The Bihu is not celebrated on
the stage in our village.
(viii) কিছুমান ডেকা-গাভৰুৱে পথাৰত
নাচে আৰু গান গায়।
Ans : Some youths dance and sing in
the field.
(ix) তুমি আহিলে এই বিহুনৃত্য উপভোগ
কৰিব পাৰিবা।
Ans : If you come, you can enjoy the
Bihu dance.
(x) তোমাক লগ পালে মই বৰ আনন্দ
পাম।
(i) তোমাৰ চিঠিখন কালি পালো।
Ans :Yesterday I received your letter.
(ii)এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছো।
Ans : I have written a letter to you just
now.
(iii) তুমি চিঠি লিখি ভালপোৱা, নহয়
নেকি?
Ans : You like writing letter, don't you?
(iv) যদি গৰমৰ বন্ধত আহা, তোমাৰ
লগত শ্বিলঙলৈ যাম।
Ans : If you come in summer
vacation, I will go to Shillong with
you.
(v) শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ
জলবায়ুতকৈ ভাল।
Ans : The climate of Shillong is better
than that of Guwahati.
(vi) আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি
আছে।
Ans : It has been raining here for
some days.
(vii) বৰষুণ শস্যৰ কাৰণে ভাল।
Ans : The rain is good for the crops.
(viii) এইবাৰ বানপানীত বহুত শস্য নষ্ট
হ'ল।
Ans : Much crops were destroyed
during this flood.
(ix) তুমি সাঁতুৰিব জানানে?
Ans : Do you know how to swim?
(x) দেউতাই কৈছিল,"সাঁতোৰা এটা ভাল
অভ্যাস।"
Ans : Father said, "Swimming is a
good exercise."
3. HSLC - 2000
(i) আমাৰ স্কুলত এখন খেলপথাৰ আছে।
Ans : There is a playground in our
school.
(ii) আমি তাত ফুটবল খেলোঁ।
Ans : We play football there.
(iii) স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াত
পতা হয়।
Ans : The sports competitions of
the school are held there.
(iv) যোৱা বছৰ ৪০০ মিটাৰ দৌৰত মই
প্ৰথম হৈছিলোঁ।
Ans : Last year I stood first in the 400
metre race.
(v) তোমালোকৰ স্কুলত খেলপথাৰ আছে
নে?
Ans : Is there any playground in your
school?
(vi) তুমি কি খেল আটাইতকৈ ভাল
পোৱা?
Ans : Which game do you like the
best?
(vii) আজিকালি কিছুমান ল'ৰা
ছোৱালীয়ে খেলাৰ সলনি টেলিভিছন
চায়।
Ans : Now-a-days some children
instead of playing watch television
programmes.
(viii) আমি তেনে কৰা উচিত নহয়
Ans : We should not do like that.
(ix) জীৱনত কৃতকাৰ্য হ'বলৈ আমি চেষ্টা
কৰোঁ আহা।
Ans : Let us try to be successful in
life.
(x) ভগৱানে আমাক সকলোকে সহায়
কৰক।
Ans : May God help us all.
4. HSLC - 2001
(i) আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা
সোনকালে উঠে।
Ans : All the members of our family
get up early in the morning.
(ii) যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ
গৈছিলো।
Ans : I went to Shillong during the
summer vacation last year.
(iii) গীতা তিনিবছৰ বয়সৰ পৰা
আমেৰিকাত আছে।
Ans : Geeta has been in America
since she was 3 years old.
(iv) তোমালোক অহাৰ সময়ত মই
ইংৰাজী পঢ়ি আছিলো।
Ans : When you came, I was reading
English.
(v) আমি খেলপথাৰ পোৱাৰ আগত
খেল আৰম্ভ হৈছিল।
Ans : The match had begun before we
reached the field.
(vi) কালি মই চুলি কটালো।
Ans : I had my hair cut yesterday.
(vii) বাঘটো জিম কৰবেট নামৰ চিকাৰী
এজনৰ দ্বাৰা নিহত হ'ল।
Ans : The tiger was killed by a hunter
named Jim Corbett.
(viii) তেওঁ মোক সুধিলে, "তুমি নৈখন
সাঁতুৰি পাৰ হ'ব পাৰিবানে?
Ans : He said to me, "Can you swim
across the river?"
(ix) তুমি অকল বুদ্ধিমানেই নহয়,
পৰিশ্ৰমীও হ'ব লাগিব।
Ans : You need to be not only
intelligent but also diligent.
(x) তুমি কালি লগ পোৱা মানুহজন এজন
ভাল সঙ্গীতজ্ঞ।
Ans : The man whom you met
yesterday is a good musician.
5. HSLC - 2002
(i) মামুৱে পুৱাই উঠে।
Ans : Mamu gets up early in the
morning.
(ii) ল'ৰাবিলাকে সাঁতুৰি আছে।
Ans : The boys are swimming.
(iii) চিকাৰীজনে বাঘটো মাৰিলে।
Ans : The hunter killed the tiger.
(iv) তেওঁলোকে ইয়াত এমাহ থাকিব।
Ans : They will stay here for a month.
(v) প্ৰকাশ বৰুৱাই জানুৱাৰীৰ পৰা জ্বৰত
ভুগি আছে।
Ans : Prakash Barhua has been
suffering from fever since January.
(vi) তেওঁক সকলোৱে জানে।
Ans : Everybody knows him. / He is
known to all.
(vii) ডাক্তৰজন অহাৰ আগতেই
ৰোগীজন মৰিল।
Ans : The patient had died before the
doctor came.
(viii) মধুমালা আহোতে বৰষুণ দি
আছিল।
Ans : It was raining when Madhumala
came.
(ix) তেওঁ ইংৰাজী জানেনে?
Ans : Does he know English?
(x) শিক্ষকজনে কৈছিল,"সদায় সচাঁ কথা
কবা।"
Ans : The teacher said, "Always tell
the truth."
6. HSLC - 2003
(i) মই এতিয়া স্কুললৈ যাম।
Ans : Now I shall go to school.
(ii) আমাৰ স্কুল ন বজাত বহে।
Ans : Our school starts at nine
O'clock.
(iii) মই সদায় ঘণ্টা বজাৰ আগতে স্কুল
পাওঁগৈ।
Ans : I always reach school before
the bell rings.
(iv) আমাৰ স্কুলত আজি এখন তৰ্ক
প্ৰতিযোগিতা হ'ব।
Ans : There will be held a debating
competition in our school today.
(v) ময়ো তাত অংশ গ্ৰহণ কৰিম।
Ans : I shall also take part in it.
(vi) মই ইংৰাজীতে ক'ম বুলি ঠিক
কৰিছোঁ।
Ans : I have decided to say in english.
(vii) প্ৰধান শিক্ষকক আজি মই এই
বিষয়ে ক'ম।
Ans : Today I shall tell the
Headmaster about this.
(viii) এনেবোৰ কথাত তেখেতে সদায়
আমাক উৎসাহ দিয়ে।
Ans : He always encourages us in
such matters.
(ix) যোৱা বছৰৰ তৰ্ক প্ৰতিযোগিতাত মই
প্ৰথম হৈছিলোঁ।
Ans : I stood first in the last year's
debating competition.
(x) মোৰ মাক-দেউতাই বৰ আনন্দ
পাইছিল।
Ans : My parents felt very glad.
7. HSLC - 2004
(i) আমাৰ গাওঁ খন এটা পিচপৰা
অঞ্চলত।
Ans : Our village is situated in a
backward area.
(ii) গাওঁখন সৰু, জনসংখ্যাও কম।
Ans : The village is small and the
population also is small.
(iii) প্ৰতিবছৰে ইয়াত বানপানী হয়।
Ans : Flood occurs here every year.
(iv) গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰু
বৰ দুখীয়া।
Ans : Majority of the people in the
village are farmers and very poor.
(v) প্ৰতিবছৰে বানপানীয়ে তেওঁলোকৰ
প্ৰচুৰ ক্ষতি কৰে।
Ans : Every year the flood does great
loss to them.
(vi) আমাৰ গাঁৱত শিক্ষিত মানুহৰ
সংখ্যাও অতি কম।
Ans : The number of educated people
too is very small in our village.
(vii) ইয়াত এখন প্ৰাথমিক বিদ্যালয়
আছে।
Ans : There is only one primary
school here. / Here is only a primary
school.
(viii) মই আৰু মোৰ ভনীজনীও তাতে
পঢ়িছিলো।
Ans : My sister and I too read there.
(ix) এতিয়া আমি এখন উচ্চ মাধ্যমিক
বিদ্যালয়ত পঢ়ি আছোঁ।
Ans : Now we are reading in a high
school.
(x) আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ
কাঢ়িব লাগে।
Ans : We have to walk a long distance
to go to school.
8. HSLC - 2005
(i) মই এজন ভাৰতীয় নাগৰিক।
Ans : I am an Indian citizen.
(ii) ভাৰতবৰ্ষ এখন বিশাল দেশ।
Ans : India is a vast country.
(iii) অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য।
Ans : Assam is a small province of
India.
(iv) ই ভাৰতৰ পূব দিশত অৱস্থিত।
Ans : It is situated in the eastern side
of India. / It is in the east of India.
(v) মোৰ অসমত জন্ম হৈছিল।
Ans : I was born in Assam.
(vi) বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত।
Ans : At present my residence is in
Guwahati.
(vii) গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ
চহৰ।
Ans : Guwahati is the largest city of
Assam.
(viii) ইয়াৰে এখন অসমীয়া মাধ্যমৰ
বিদ্যালয়ত মই পঢ়ি আছোঁ।
Ans : I am reading in an Assmese
medium school here.
(ix) মোৰ দেউতা আমাৰ বিদ্যালয়ৰে
অধ্যক্ষ।
Ans : My father is the principal of our
school.
(x) আমাৰ বিদ্যালয়খনৰ উন্নতিৰ বাবে
দেউতাইপৰিশ্ৰম কৰে।
Ans : Father labours hard for the
development of the school.
9. HSLC - 2006
(i) আমাৰ বিদ্যালয়ৰ সন্মুখত এখন
খেলপথাৰ আছে।
Ans : There is a playground in front of
our school.
(ii) আমি মাজে সময়ে তাত খেলা-ধূলা
কৰোঁ।
Ans : We play there occasionally.
(iii) শিক্ষকসকলে আমাক খেলিবলৈ
উৎসাহ দিয়ে।
Ans : The teachers inspire us to play.
(iv) আমাৰ প্ৰধান শিক্ষকে কয়,
"তোমালোকে খেলত ভাগ লব লাগে। ই
স্বাস্থ্যৰ বাবে উপকাৰী।"
উত্তৰ : Our headmaster says, "You
should take part in games and
sports. It is useful for health."
(v) সপ্তাহত এদিনকৈ আমাক খেলিবলৈ
দিয়া হয়।
Ans : We are allowed to play one day
in a week.
(vi) মই ফুটবল অথবা ভলীবল খেলোঁ।
Ans : I play football or volleyball.
(vii) আন কিছুমানে ক্ৰিকেট খেলে।
Ans : Some others play cricket.
(viii) বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ
আহোঁ।
Ans : We come here to play in
holidays.
(ix) দুই-এজন ডেকা শিক্ষকেও আমাৰ
লগত খেলিবলৈ আহে।
Ans : A few young teachers also
come to play with us.
10. HSLC - 2007
(i) আমি এখন গাঁৱত বাস কৰোঁ।
Ans : We live in a village.
(ii) গাওঁখন চহৰৰ পৰা বেছি আঁতৰত
নহয়।
Ans : The village is not far from the
town.
(iii) ঘৰত মোৰ মাক-দেউতা আৰু ভনী
এজনী আছে।
Ans : I have in my home my parents
and a sister.
(iv) দেউতাই আমাৰ নিজৰ মাটীত খেতি
কৰে।
Ans : Father does cultivation in our
own land.
(v) তেখেতক সহায় কৰিবলৈ দুজন
বনুৱাৰ ৰাখিছে।
Ans : He has also kept two labours to
help him.
(vi) আমাৰ লাগতীয়াল বহুতো বস্তু আমি
কিনিব নালাগে।
Ans : We need not to buy many of the
things essential for us.
(vii) সেইবোৰ আমাৰ পথাৰতে উৎপন্ন
হয়।
Ans : They are produced in our fields./
Those are grown in our field.
(viii) আমাৰ এটা মাছ পোহা পুখুৰীও
আছে।
Ans : We have also a fishery.
(ix)কালদিয়া নৈখন আমাৰ ঘৰৰ মাজেদি
বৈ গৈছে।
Ans : The river Kaldia flows by our
village.
(x) মাজে সময়ে আমি নৈত মাছ ধৰোঁ।
Ans : Occasionally we catch fish in
the river.
11. HSLC - 2008
(i) বেলি পূবত উঠে আৰু পশ্চিমত মাৰ
যায়।
Ans : The sun rises in the east and
sets in the west.
(ii) তোমালোক এতিয়া কি কৰি আছা?
Ans : What are you doing now?
(iii) আমি সদায় নদীৰ পাৰত ফুৰোঁ।
Ans : We always walk on the river
bank.
(iv) ছোৱালীজনীয়ে গান গাই আছে।
Ans : The girl is singing.
(v) তুমি গাড়ী চলাব পাৰা নে?
Ans : Can you drive a car?
(vi) তেওঁৰ ভাগৰ লাগিছে।
Ans : He is tired.
(vii) ল'ৰাটোক বুধিয়ক যেন লাগে।
Ans : The boy seems to be intelligent.
(viii) যোৱামাহত মই তিতাবৰলৈ
গৈছিলোঁ।
Ans : I went to Titabar last month.
(ix) তাত মোৰ মাক-দেউতা থাকে।
Ans : My parents live there.
(x) তেওঁলোক তাত জন্মৰ পৰাই আছে।
Ans : They have been there since they
were born.
12. HSLC - 2009
আজি দেওবাৰ। আমাৰ দেউতাও
ঘৰত থাকিব। তেখেত চৰকাৰী
চাকৰিয়াল। মই আৰু মোৰ ভাইটো আজি
চিৰিয়াখানা চাবলৈ যাম। যোৱা কালি
আমি দেউতাৰ পৰা অনুমতি বিচাৰিলোঁ।
তেখেতে ক'লে, "আৰু কোনোবা যাবনে
কি?" মই কলো যে আমাৰ লগত অইন
কোনো নাযায়। আমি দুয়োজন একেলগে
যাম। তেতিয়া দেউতাই ক'লে---"তেনেদৰে
যাব নোৱাৰা। মই তোমালোকক গাড়ীৰে
লৈ যাম।
Ans : Today is Sunday. Our father also
will be at home. He is a government
employee. My brother and I shall go
to visit the zoo today. Yesterday we
sought permission from father. He
said, "Will someone else go with
you?" I told that no one else go with
us. We two would go together. Then
father said, "You cannot go like that. I
shall take you by car."
13. HSLC - 2010
ৰাজীৱ আৰু মই একে শ্ৰেণীতে পঢ়োঁ।
Rajib and I read in the same class.
ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক।
Rajib's father is our teacher.
তেখেতে আমাক বিজ্ঞান শিকায়।
His father teaches us Science.
আজি মই স্কুললৈ যাব পৰা নাছিলো।
Today I could not go to school.
মোৰ মাৰ অসুখ হৈছিল।
My mother was ill.
মই ডাক্তৰ মাতিবলৈ গৈছিলো।
I went to call a doctor.
আবেলি মই ৰাজীৱক লগ পাবলৈ গ'লো।
I went to meet Rajib in the evening.
শ্ৰেণীত কি শিকোৱা হ'ল মই জানিব
খুজিছিলো।
I wanted to know what was taught in
the class.
ৰাজীৱৰ দেউতাকে মোক সুধিলে, "আজি
তুমি স্কুললৈ যোৱা নাই, নহয়নে?"
Rajib's father said to me, "You haven't
gone to school today, have you?
মই তেখেতক ক'লো যে মোৰ মাৰ অসুখ।
I told him that my mother was ill.
14. HSLC - 2011
ললিতা এজনী মেধাবী ছাত্ৰী।
Lalita is a meritorious student.
এবছৰ আগতে তাইৰ মোমায়েকে এখন
ইংৰাজী অভিধান তাইক উপহাৰ দিছিল।
Her maternal uncle presented her an
English dictionary a year ago.
তেওঁ তাইক কৈছিল -- "এটা ভাষা শিকাত
অভিধান এখন প্ৰয়োজনীয় আহিলা,নহয়
নে?
He said to her, "A dictionary is a
essential tool in learning a language,
Isn't it?"
যদি তুমি নতুন শব্দ এটা পোৱা,অভিধানত
শব্দটো চাবা আৰু তাৰ অৰ্থ আৰুব্যৱহাৰ
শিকিবা।
If you find a new word, you look it up
the dictionary and learn its meaning
and usage.
অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে
তেওঁ তাইক শিকালে।
He taught her how to use a dictionary.
উপহাৰটো সঁচাকৈ ললিতাক অনুপ্ৰাণিত
কৰিলে।
The present has really inspired
Lalita.
তেতিয়াৰে পৰা অভিধানখন পঢ়া কোঠাত
তাইৰ সংগী হৈ আছে।
The dictionary has been her
helper in her study room since then.
এতিয়া পৰীক্ষাৰ কাৰণে তাই খুউব পঢ়ি
আছে।
Now she is reading very much
for the examination.
15. HSLC - 2012
(a) সজ নাগৰিকসকল দেশ এখনৰ
সম্পদ।
Ans : Good citizens are resources of
a country.
(b) দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত
নিৰ্ভৰ কৰে।
Ans : Development of a country
depends on them.
(c) ছাত্ৰ অৱস্থা হ'ল প্ৰস্তুতিৰ সময়।
Ans : Students life is the time for
preparation.
(d) এই সময়তে ছাত্ৰ-ছাত্ৰীসকলে সজ
অভ্যাসবোৰ অনুশীলন কৰা উচিত।
Ans : It is during this time that the
students should practise the good
habits.
(e) তেতিয়াহে তেওঁলোক ভৱিষ্যতে
সুনাগৰিক হ'ব পাৰিব।
Ans : Then only they can be good
citizens in future.
(f) এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ
ছাত্ৰীক সহায় কৰিব পাৰে।
Ans : Teaches may help the students
in this regard.
16. HSLC - 2013
(a) গছৰ পাতবোৰ সেউজীয়া।
Ans : Leaves are green.
(b) গছে আমাক ফুল, ফল আৰু ছাঁ
দিয়ে।
Ans : Trees give us flower, fruit and
shade.
(c) জ্ঞানী লোকে কয়, "এজোপা গছ
দহজন পুতেকৰ সমান।"
Ans : Wise man says, "A tree is equal
to ten sons."
(d) তুমি গছৰ যতন কৰানে?
Ans : Do you take care of tree?
(e) পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ
আমি গছৰ যতন কৰিবলৈ লাগিব।
Ans : We must take care of trees to
keep the earth green.
(f) গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ
ওপৰত নিৰ্ভৰশীল।
Ans : Trees and animals are
dependent on each other.
17. HSLC - 2014
(a) অসম এখন ধুনীয়া প্ৰদেশ।
Ans : Assam is a beautiful province.
(b) ই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত
অৱস্থিত।
Ans : It is situated in the north
eastern part of India.
(c) শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ মহানতম
ব্যক্তি।
Ans : Srimanta Sankardev is the
noblest person of Assam.
(d) মানুহে সদায় লগৰীয়া মানুহক ভাল
পাব লাগে।
Ans : One should always love one's
fellowmen.
(e) তুমি মটৰ গাড়ী চলাব জানানে?
Ans : Do you know how to drive a car?
(f) শিক্ষক জনে ৰমেনক কলে,"আলিবাট
পাৰ হওঁতে সাৱধান হবা।"
Ans : The teacher said to Ramen, "Be
careful while crossing the road."
18. HSLC - 2015
(i) মায়ে মোক সুধিছিল, "সচাঁ কথা
কৈছানে?"
Ans : Mother said to me, "Are you
speaking the truth?"
(ii) মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই।
Ans : I can hardly swim.
(iii) তুমি কেতিয়াবা সিংহ দেখিছানে?
Ans : Have you ever seen a lion?
(iv) যিজন মানুহ আজি আমাৰ স্কুললৈ
আহিছিল তেখেতক মই চিনি পাওঁ।
Ans : The man who came to our
school I know him.
(v) মই নহালৈকে তুমি ৰ'বা।
Ans : Wait until I come.
19. HSLC - 2016
(i) এইখন কিতাপ মোৰ আৰু সেইখন
তোমাৰ।
Ans : This book is mine and that's
yours.
(ii) সোন এবিধ মূল্যবান ধাতু।
Ans : Gold is a valuable metal.
(iii) অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব
কোৱা।
Ans : Please tell him to open the door.
(iv) তেওঁ যেতিয়া আহিছিল মই বাতৰি
কাকত পঢ়ি আছিলোঁ।
Ans : I was reading a newspaper
when he came.
(v) আলিবাট পাৰ হওঁতে সাবধান হ'বা।
Ans : Be careful while cross the road.
20. HSLC - 2017
(i) পৃথিৱীখন ঘূৰণীয়া।
Ans : The earth is round.
(ii) তেওঁ লোকক ভিতৰলৈ আহিব দিয়া।
Ans : Let them come in.
(iii) তুমি নিতৌ কিমান সময় লিখা পঢ়া
কৰা ?
Ans : How much time do you spend
daily in your study?
(iv) আজি ৰাতি বৰষুণ দিব পাৰে।
Ans : It may rain tonight.
(v) বুঢ়া মানুহজনে বৰ লাহে লাহে কথা
কয়।
Ans : The old man speaks very slowly.
21. HSLC - 2018
(a) মীনা যেনেকুৱা বুদ্ধিয়ক, লীলাও
তেনেকুৱা।
Ans : Lila is as intelligent as Mina.
(b) জোনে ৰাতিহে পোহৰ দিয়ে।
Ans : Moon gives light at night.
(c) তুমি কালি স্কুললৈ গৈছিলানে?
Ans : Did you go to school yesterday?
(d) সি ককায়েকক খুব ভাল পায়।
Ans : He loves his brother very much.
(e) ৰিণ্টুৱে কৈছিল, "এইটো কি সুন্দৰ
পুতলা!"
Ans : Rintu said, "What a beautiful toy
it is !"
22. HSLC - 2019
(a) যদুৱে মোক সুধিছিল, "ৰাজু
ইংৰাজীত ভালনে?
Ans : Jadu asked me, "Is Raju good in
English?"
(b) দোকমোকালিতে শোৱাৰ পৰা উঠাটো
তেওঁৰ অভ্যাস।
Ans : Getting up early in the morning
is his habit. / It's his habit to get up
early in the morning.
(c) মিছা কথা কোৱা উচিত নহয়।
Ans : One should not tell a lie.
(d) সৌ গছডাল ইমান ওখ!
Ans : How much tall the tree is!
(e) কিতাপখন টেবুলৰ ওপৰত আছে।
Ans : The book is on the table.
23. HSLC - 2020
(i) আকাশত মেঘ নাছিল।

19 Comments
thnk u
ReplyDeleteYou are most welcome. Try to share with your friends...
DeleteAdd additional important questions also!!!
ReplyDeleteAdd additional important questions also!!!
ReplyDeleteWill be posted soon..
ReplyDeleteSoon sir
DeleteThanks
ReplyDeleteVal haisa
DeleteSir pls post additional questions of translation of 2019
ReplyDeletethankyou
ReplyDeleteIt was greatly helpful. Thanks.
ReplyDeleteHoreram tanti personally I don't know you but I thank you for your greate job. It will help my son who will appear HSLC 2020. THANKS
ReplyDeleteআপোনাৰ কথাবোৰে মোক বৰ আপ্লুত কৰিছে।
Deleteজানি সুখী হৈছোঁ মোৰ প্ৰয়াসে অলপ হলেও আপোনাৰ সন্তানক সহায় কৰিছে।
Sir
ReplyDeleteI would like to request to answer the correct tense (en approach to englEng grammar ,page 81 ,"use the correct tense".
I will remain grateful to you.
Your sincerely
Partha sarathai kalita
Class x
Will be posted soon. Thanks.
ReplyDeleteSir , I am a student of class 10. I wish that your website will publish the answer of all subjects like social science , science , Assamese text book and baisitramoi axom (drugs path)
ReplyDeleteHi, all kinds of answers will be posted soon. Thanks.
ReplyDeleteTime limit is always use at the end and not at the begging. Plzz correct this mistake as the mistake is in first translation itself
ReplyDeleteSome adverbs can be used at the end of a sentence or in the beginning. The meaning will be same. So, the sentence is error free. Thanks for stopping by.
ReplyDeleteSend Your Questions And Queries Here