1. (i) ব্ৰক্ষ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ
নদী।
Ans : The Brahmaputra is the biggest
river in Assam.
(ii) গুৱাহাটী ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত
অৱস্থিত।
Ans : Guwahati is situated on the bank
of the Brahmaputra.
(iii) গুৱাহাটী এখন বিখ্যাত চহৰ।
Ans : Guwahati is a famous city.
(iv) গুৱাহাটীত ভালেমান স্কুল আৰু
কলেজ আছে।
Ans : There are many schools and
colleges in Guwahati.
(v) গুৱাহাটীৰ প্ৰাচীন নাম
প্ৰাগজ্যোতিষপুৰ।
Ans : The ancient name of Guwahati is
Pragjyotishpur.
(vi) চহৰখন পাহাৰেৰে আৱৰা।
Ans : The city is surrounded by hills.
(vii) তুমি কেতিয়াবা গুৱাহাটীলৈ গৈছানে?
Ans : Have you ever been to Guwahati?
(viii) যোৱা পূজাৰ বন্ধত মই গুৱাহাটীলৈ
গৈছিলো।
Ans : I went to Guwahati in the last
puja holiday.
(ix) মোৰ মা- দেউতা মোৰ লগত গৈছিল।
Ans : My parents went with me.
(x) দেউতাই মোক সুধিছিল, "তুমি
গুৱাহাটীৰ কলেজত পঢ়িবলৈ ইচ্ছা কৰা
নে?
Ans : Father said to me, " Do you wish
to study in a college of Guwahati?
2. (i) ৰমেশ গুৱাহাটীত থাকে।
Ans : Ramesh lives in Guwahati.
(ii) তেওঁৰ দেউতাকে এখন কলেজত কাম
কৰে।
Ans : His father works in a college.
(iii) মই কালি ৰমেশৰ ঘৰলৈ গৈছিলো।
Ans : Yesterday I went to Ramesh's
house.
(iv) বাছখনৰ পৰা নামোতেই তেওঁক মই
দেখা পাইছিলোঁ।
Ans : As I got off from the bus, I saw
him.
(v) সেই সময়ত তেওঁ ফুলনিখনত বহি
আছিল।
Ans : At that time, he was sitting in the
flowers garden.
(vi) তেওঁৰ দেউতাক ঘৰত নাছিল।
Ans : His father wasn't at home.
(vii) মই ৰমেশক সুধিলো, "তোমাৰ দেউতা
ঘৰত নাই নেকি?
Ans : I said to Ramesh, "Is your father
not at home?"
(viii) তেওঁ মোক জনালে যে তেওঁৰ
দেউতাক কলেজলৈ গৈছে।
Ans : He told me that his father had
gone to college.
(ix) তেখেত উভতি আহোঁতে পলম হ'ব
পাৰে।
Ans : He may be late to come back.
(x) মই কলোঁ, "মই তেন্তে কাইলৈ ৰাতিপুৱা
তেওঁক লগ ধৰিবলৈ আহিম।"
Ans : I said, "Then I shall come
tomorrow to meet him."
3। (i) হৰি এজন ভাল ল'ৰা।
Ans : Hari is a good boy.
(ii) তেওঁ সদায় ৰাতিপুৱা সোনকালে উঠে।
Ans : He gets up early in the morning.
(iii) তেওঁ ৰাতিপুৱা ছয় বজাত দেউতাকৰ
লগত ফুৰিবলৈ যায়।
Ans :He goes to walk with his father at
6 O' clock in the morning.
(iv) তেওঁলোকে সাত বজাৰ লগে লগে
ঘৰলৈ ওভতে।
Ans : They come back as it's 7 O'
Clock.
(v) তেওঁ বিস্কুটেৰে চাহ একাপ খায় আৰু
পঢ়িবলৈ বহে।
Ans : He drinks tea with biscuits and
sits to study.
(vi) তেওঁ দুঘণ্টা মনোযোগেৰে পঢ়ে।
Ans : He studies two hours attentively.
(vii) তেওঁ ন বজাত গা ধোৱে।
Ans : He takes bath at 9 O'clock.
(viii) তাৰ পিছত তেওঁ ভাত খাই স্কুললৈ
যায়।
Ans : After that, he eats rice and goes
to school.
(ix)স্কুললৈ যোৱাত তেওঁৰ কেতিয়াবা পলম
নহয়।
Ans : He is never late to go school.
(x) তুমি ৰাতিপুৱা কিমান সময় পঢ়া?
Ans : How much time do you study in
the morning?

0 Comments
Send Your Questions And Queries Here